আমাৰ নিয়ম প্রশ্নোত্তৰ | Class 10 Assamese Question Answer
আমাৰ নিয়ম Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | SEBA Class 10 Assamese Question Answer আমাৰ নিয়ম পাঠভিত্তিক প্রশ্নোত্তৰ ১। অতি চমু উত্তৰ দিয়া : (ক) কৰিয়ে কাৰ খোজত কোনে দুখ পায় বুলি কৈছে ? উত্তৰ : কবিয়ে ঠন ধৰি উঠা দুৱৰিৰ ওপৰেদি আনন্দ মনে খোজ কাঢ়ি ফুৰাজনৰ ভৰিৰ গচকত দুৱৰীয়ে দুখ পোৱাৰ কথা কৈছে। (খ) ‘আমাৰ … Read more